ধৰ্ম হৃদয়হীন বিশ্বৰ হৃদয় হয়। আজি এই পূঁজিবাদী সমাজে মানুহ আৰু মানৱীয়ৰ মাজত নগ্ন স্বাৰ্থপৰ আৰু নগদ টকা-পইচা'ৰ নিৰ্দয় ব্যৱহাৰৰ বাদে কোনো সম্পৰ্ক এৰা নাই। এনে হৃদয়হীন পূঁজিবাদী বিশ্বৰ কাৰণে ধৰ্ম এটা হৃদয়ৰ ভুমিকা পালন কৰে। এনে ধৰ্মৰ দ্বাৰাই বহুতো হৃদয়হীন পূঁজিপতি লোকেও দান-দক্ষিনা, চান্দাৰ ৰূপত কেতিয়াবা কেতিয়াবা গৰীৱক সহায় কৰে। সেইকাৰণেই কাৰ্ল'মাক্সে ধৰ্মক হৃদয়হীন…





